ভাৰতত ক’ৰোনা আক্ৰান্তৰ নতুন অভিলেখ

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৪,১২,২৬২। কালিৰ দিনটোত ৩,৯৮০গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,২৯,১১৩ গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,১০,৭৭,৪১০গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৭২,৮০,৮৪৪ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৩০,১৬৮ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৫,৬৬,৩৯৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment