বৃহস্পতিবাৰে দেশত আক্ৰান্তৰ সংখ্যা ৩,৮৬,৪৫২

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৮৬,৪৫২। কালিৰ দিনটোত ৩,৪৯৮ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ২,৯৭,৫৪০ গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ১,৮৭,৬২,৯৭৬গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৫৩,৮৪,৪১৮ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,০৮,৩৩০ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩১,৭০,২২৮গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment