বুধবাৰে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৩,৭৯,২৫৭

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৭৯,২৫৭। কালিৰ দিনটোত ৩৬৪৫ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ২,৬৯,৫০৭ গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ১,৮৩,৭৬,৫২৪গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৫০,৮৬,৮৭৮ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,০৪,৮৩২ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩০,৮৪,৮১৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment