পশ্চিমবংগত আজি ৭ম পৰ্যায়ৰ ভোট

পশ্চিমবংগ: পশ্চিমবংগত আজি ৭ম পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৪ টা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰে পৰা অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। প্ৰায় ৮৬ লাখ ভোটাৰে আজি ভাগ্য নিৰ্ণয় কৰিব ২৮৪ গৰাকী প্ৰাৰ্থীৰ। ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে আজি ১২,০৬৮টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট।

Comments (0)
Add Comment