“বেংকে ফটা নোট গ্ৰহণ কৰাটো বাধ্যতামূলক”-ৰিজাৰ্ভ বেংক

দিল্লীঃ ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। বহু বেংকে ফা নোট গ্ৰহণ নকৰে যাৰ বাবে সমস্যাত পৰে জনতা। এতিয়াৰ পৰা ফটা-ছিটা নোট যিকোনো বেংকতে সলাই ল’ব পাৰিব।

যদিহে লোকজন সংশ্লিষ্ট বেংকটোৰ গ্ৰাহকো নহয় তথাপিও ফটা নোটৰ সলনি বেংটোৱে সম পৰিমাণৰ ধন ঘূৰাই দিব লাগিব। অৱশ্যে পোৰা বা টাপলি মৰা নোট সলনি কৰিব পৰা নাযাব।

Comments (0)
Add Comment