দেশত ক’ৰোনাৰ গ্ৰাফ উৰ্দ্ধমুখী

দেশত ক’ৰোনাৰ গ্ৰাফ উৰ্দ্ধমুখী। বিগত ২৪ ঘণ্টাত ৫৬ হাজাৰ ২১১গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰোনাত।

বিগত ২৪ ঘন্টাত ২৭১ গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।

Comments (0)
Add Comment