২০২৪ বৰ্ষৰ বাবে কি কি ভৱিষ্যতবাণী কৰিছে ভাঙ্গা বাবাই?

কি হ’ব ২০২৪ত? ২০২৪ক লৈ ভৱিষ্যতবাণী ভাঙ্গা বাবাৰ। কি কি ভৱিষ্যতবাণী কৰিছে ভাঙ্গা বাবাই?
১/ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক হত্যাৰ প্ৰয়াস
২/ ইউৰোপত বৃদ্ধি পাব সন্ত্ৰায়বাদীৰ আক্ৰমণ
৩/ বিশাল অৰ্থনৈতিক সংকটে দেখা দিব
৪/ অকল্পনীয়ভাৱে বৃদ্ধি পাব জলবায়ু প্ৰদূষণ
৫/ চাইবাৰ আক্ৰমণ

ভাঙ্গা বাবাৰ ভৱিষ্যতবাণী এইপৰ্যন্ত মিলিছে বুলিও বিভিন্নজনে কয়। উল্লেখ্য যে, বুলগেৰিয়াৰ ৰহস্যবাদী ভেঞ্জেলিয়া পাণ্ডেভা গুষ্টেৰোভা, যাক সাধাৰণতে বাবা ভাঙ্গা বুলি জনা যায়। ২৬ বছৰ আগতে মৃত্যুবৰণ কৰিছিল। কিন্তু তেওঁৰ ভৱিষ্যতবাণী এতিয়ালৈকে সঁচা হোৱা বুলি কোৱা হয়।

ভাঙ্গাৰ ভৱিষ্যতৰ ভৱিষ্যতবাণী কৰাৰ এক অসাধাৰণ ক্ষমতা আছিল বুলি বিশ্বাস কৰা হৈছিল। ২০২৪ চনৰ বাবেও, তেওঁ কিছুমান আশ্চৰ্যকৰ ভৱিষ্যতবাণী কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত হত্যাৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে, ভাঙ্গাই অহা বছৰৰ বাবে কিছু পৰিমাণে ভৱিষ্যতবাণী কৰিছে।

#Da News PlusBhanga BabaIndiaWorld
Comments (0)
Add Comment