মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা

  • মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা
  • নৱজিৎ কলিতা নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু
  • দক্ষিণগাঁৱৰ ‘আকাৰ ৰিহাব চেণ্টাৰ’ত এই ঘটনা
  • কেন্দ্ৰটোৰ বিৰুদ্ধেই হত্যাৰ অভিযোগ পৰিয়ালৰ
  • হত্যা কৰি হাস্পতালত ভৰ্তি কৰোৱাৰ অভিযোগ
  • পাণবজাৰ জলসিঞ্চন বিভাগৰ কৰ্মী আছিল নৱজিৎ
  • অত্যধিক সুৰাপানৰ বাবে ৰাখিছিল কেন্দ্ৰটোত
  • সোমবাৰে কেন্দ্ৰটোত ভৰ্তি কৰাইছিল নৱজিতক
DA News PlusGuwahatiRehabilitation
Comments (0)
Add Comment