মুখ্যমন্ত্ৰীক সপোন সঁচা কৰাত কোন চৰকাৰী কৰ্মচাৰীয়ে দিছে বাধা
- এফালে গছপুলি লৈ ৰেকৰ্ডৰ সপোন চৰকাৰৰ
- আনহাতে হাজাৰ হাজাৰ গছ কাটিছে বন বিভাগে
- গোৱালপাৰাত ৭ হাজাৰ শালগছ কটাৰ লক্ষ্য
- বৰঝাৰ বনাঞ্চলৰ গছসমূহত বন বিভাগৰ হাতোৰা
- ১৭নং ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত ব্যাপক বনধ্বংস
- কাটি পেলোৱা হৈছে ঘাইপথৰ দুয়োকাষৰ গছসমূহ
- এদিনত বিভাগে কাটিলে ২,৩০০ জোপা শালগছ
- শাৰী শাৰী শালগছে মুগ্ধ কৰি আহিছিল যাত্ৰীসকলক
- উন্নয়নৰ নামত গছ কটাক লৈ ব্যাপক প্ৰতিক্ৰিয়া
- মুখ্যমন্ত্ৰীয়ে সকলোকে গছপুলি ৰুবলৈ কৰিছিল অনুপ্ৰাণিত
- মুখ্যমন্ত্ৰীৰ আহ্বানৰ পৰা চৰকাৰী কৰ্মচাৰীৰ নাই নেকি সহাৰি?
- গছ কাটিবলৈ লোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি