‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ন’লৈ নিৰ্বাচিত ‘অনুৰ’

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত প্ৰদৰ্শন হ’ব অসমীয়া চলচ্চিত্ৰ ‘অনুৰ’। ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলবৰ্ন’লৈ নিৰ্বাচিত। ১১ আগষ্টৰ পৰা মেলবৰ্নত এই ফিল্ম ফেষ্টিভেল

অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন। চলচ্চিত্ৰখনৰ পৰিচালনা দক্ষ পৰিচালক মঞ্জুল বৰুৱাৰ।
২৭ জানুৱাৰীত ৰাজ্যত মুক্তি পাইছিল চলচ্চিত্ৰখনে।

ছবিখনৰ এই সফলতাৰ পিছতে চলচিত্ৰপ্ৰেমীসকলৰ মনত আনন্দ দেখিবলৈ পোৱা গৈছে।

AssamDA News PlusMovie
Comments (0)
Add Comment