বৰ্ষাপাৰাত ৰিয়ানৰ ধামাকা, খেলৰ হিৰ’ এন এলিছ

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ ৰোমাঞ্চকৰ খেল। পঞ্জাৱ কিংছৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ। ৫ ৰানত পৰাস্ত ঘৰুৱা দল ৰাজস্থান ৰয়েলছ। টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত ৰাজস্থান ৰয়েলছৰ।

প্ৰথমে বেটিং কৰি পঞ্জাৱ কিংছৰ বিস্ফোৰণ। ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৯৭ ৰান সংগ্ৰহ। শিখৰ ধৱন, প্ৰভছিমৰন সিঙৰ অৰ্ধশতকীয় ইনিংছ। প্ৰত্যুত্তৰত ১৯২ ৰানতে স্তব্ধ ৰাজস্থানৰ ইনিংছ।

পঞ্জাৱ কিংছৰ জয়ৰ নায়ক অষ্ট্ৰেলিয়াৰ এন এলিছ। ৪ অভাৰত ৩০ ৰানত ৪টা উইকেট দখল এলিছৰ। ৰিয়ান পৰাগৰ ২টা ছয়েৰে ২০ ৰান সংগ্ৰহ।

AssamDA News PlusIndiaIPL
Comments (0)
Add Comment