আজি দেৰগাঁৱত কি কি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্কঃ আজি গোলাঘাটৰ দেৰগাঁৱলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মা। লাচিত বৰফুকন পুলিচ একাডেমীত বিশেষ অনুষ্ঠান। ১৭৮নং বেটছৰ পেৰেডত গ্ৰহণ কৰিব অভিবাদন।

পাছিং আউট পেৰেডত অভিবাদন গ্ৰহণ কৰিব CM-এ। দেৰগাঁৱৰ পৰাই পোনে পোনে যাব যোৰহাটলৈ। যোৰহাটত আদৰণি জনাব ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মূক।

Chief MinisterDA News PlusDergaon
Comments (0)
Add Comment