- মহানগৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্তৰ অগ্ৰগতি
- বন্দনা কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
- ম্যাদ উকলিল ৪ দিনৰ আৰক্ষীৰ জিম্মাৰ
- ৩ দিনৰ জিম্মাত বিচাৰিছিল যদিও নাপালে আৰক্ষীয়ে
- আনহাতে ধনটি আৰু অৰূপকহে ২ দিনৰ জিম্মালৈ
- বৃহস্পতিবাৰে তিনিওটাকে অনা হৈছিল আদালতলৈ
- ধনটি আৰু অৰূপক বিশেষ জেৰা কৰিব আৰক্ষীয়ে