উত্তৰ পূবৰ তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জয়

  • উত্তৰ পূবৰ তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জয়
  • মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা বিজয়ী
  • দক্ষিণ তুৰা সমষ্টিত জয়লাভ চাংমাৰ
  • প্ৰায়৭,০০০ ভোটত হৰুৱালে TMCৰ প্ৰাৰ্থীক
  • ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ জয়লাভ
  • ১,৩২১ ভোটৰ ব্যৱধানত জয়ী মাণিক সাহা
  • টাউন বৰদুৱলী সমষ্টিত জয়লাভ সাহাৰ
  • নাগালেণ্ডৰমুখ্যমন্ত্ৰীনেফিউৰিঅ’ৰোজয়লাভ
  • উত্তৰআংগামি(২) সমষ্টিতজয়লাভৰিঅ’ৰ
  • ১৪ হাজাৰৰোঅধিকভোটতৰিঅ’ৰজয়
  • নাগালেণ্ডৰ ৰাজনীতিত ইতিহাস
  • প্ৰথমবাৰলৈ নাগালেণ্ডত জয়ী ২ মহিলা প্ৰাৰ্থী
  • NDPPৰ ২ প্ৰাৰ্থী ডিমাপুৰ(৩), পশ্চিম আংগামিৰ
  • দালু সমষ্টিত জয়ী NPPৰ প্ৰাৰ্থী ব্ৰেনিং চাংমা
  • ৰেছুৱেলপাৰাত জয়ী NPPৰ তিমথী ডি শিৰা
  • আমপাতি সমষ্টিত জয়ী TMCৰ মিয়ানি ডি শিৰা
  • প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ কন্যা মিয়ানি
  • মহেন্দ্ৰগঞ্জত জয়ী NPPৰ প্ৰাৰ্থী সঞ্জয় এ চাংমা
  • চালমানোৱাৰাত জয়ী NPPৰ ইয়ান বোথাম চাংমা
  • ফুলবাৰী সমষ্টিত জয়ী TMCৰ আবু তাহেৰ
  • নাৰ্টিয়াং সমষ্টিত জয়ী NPPৰ প্ৰাৰ্থী স্নিয়াওভালাং
  • নাগালেণ্ডৰ টুৱেনছাং সমষ্টিত জয়ী BJP প্ৰাৰ্থী বাচাংমংবা চাঙে জয়লাভ কৰিলে সমষ্টিটোত
DA News PlusElectionNorth East
Comments (0)
Add Comment