‘অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ হাৰ’, স্বীকাৰ মুখ্যমন্ত্ৰীৰ
- ‘অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ হাৰ’
- ‘দৰং আৰু ধুবুৰীত অধিক হাৰত বৃদ্ধি’
- মাষ্টাৰ ৰোল-কেজুৱেল কৰ্মচাৰীলৈ সুখবৰ
- ‘কৰ্মচাৰীসকলৰ বাৰ্ষিক আয় ৩%লৈ বৃদ্ধি’
- ‘১৩,০০০ কৰ্মচাৰীৰ বাৰ্ষিক আয় বৃদ্ধি’
- ‘অসমত বৃদ্ধি পাইছে প্ৰসূতিৰ মৃত্যুৰ হাৰ’
- ১৪ বছৰীয়া কন্যাক বিয়া কৰালেই গ্ৰেপ্তাৰ
- POSCO আইনৰ অধীনত লোৱা হ’ব ব্যৱস্থা
- বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাব প্ৰশাসনে
- ১৫ দিনৰ ভিতৰত আৰক্ষীৰ বিশাল অভিযান
- পঞ্চায়তৰ সভাপতিয়ে দিব লাগিব এজাহাৰ
- NFHSৰ সমীক্ষাত বাল্য বিবাহৰ ভয়ংকৰ তথ্য
- দৰঙত ১৬%, কামৰূপত ১৫% বাল্য বিবাহৰ হাৰ
- হোজাইত ১১.৬%, ধুবুৰীত ২২% বাল্য বিবাহৰ হাৰ
- দক্ষিণ শালমৰাত বাল্য বিবাহৰ হাৰ ২২%
- কম বয়সৰ যুৱক-যুৱতীৰ মন্দিৰত বিয়া কৰালে পূজাৰীৰ বিৰুদ্ধে ব্যৱস্থা
- কাজী, পিতৃ-মাতৃ সকলোৰে বিৰুদ্ধে ব্যৱস্থা ল’ব প্ৰশাসনে
- পাঠানক লৈও মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ প্ৰতিক্ৰিয়া
- ‘শ্বাহৰুখ খানে সন্ধিয়া ৭.৪০ বজাত মেচেজ কৰিছিল’
- ‘মই যেতিয়া সময় পাইছোঁ, তেতিয়া কথা পাতিছোঁ’
- ‘পাঠানৰ পোষ্টাৰ ফলাটো ইমান ডাঙৰ কথা নহয়’
- CM-এ সুবিধা পালে ড০ বেজবৰুৱা-২ চাবলৈ যাব