জম্মু-কাশ্মীৰৰ উধমপুৰত ২টাকৈ বোমা বিস্ফোৰণ

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সঘনাই সংঘৰ্ষ লাগি থকা জম্মু-কাশ্মৰীৰৰ উধমপুৰত পুনৰ বোমা বিস্ফোৰণ ৷ এখন ৰখাই থোৱা বাছত নিশা ঘটিল এই বোমা বিস্ফোৰণ ৷ এই বিস্ফোৰণত আহত হ’ল ২জন লোক ৷ বিস্ফোৰণৰ পূৰ্বে ঘটনাস্থলীৰ পৰা ৪ কিলোমিটাৰ দূৰৈত নিশা ঘটে আন এটা বোমা বিস্ফোৰণ ৷

Bomb blastDA News PlusJammuKashmir
Comments (0)
Add Comment