আজিৰে পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ ছিৰিজ

ডিজিটেল ডেস্কঃ আজিৰে পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ ছিৰিজ৷ আজি সন্ধিয়া মোহালিত তিনিখনীয়া ছিৰিজৰ প্ৰথমখন মেচত যুঁজত নামিব ভাৰত-অষ্ট্ৰেলিয়া৷ টি-২০ বিশ্বকাপৰ পূৰ্বে এই ছিৰিজটো দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ দুয়োটা দলৰ প্ৰতিজন খেলুৱৈয়েই নিজৰ ফৰ্ম আৰু অধিক উন্নত কৰিবলৈ চেষ্টা চলাব৷ আজিৰ মেচত জয়লাভ কৰি অভিযান আৰম্ভ কৰাৰ আশা কৰিছে ৰোহিত শৰ্মা বাহিনীয়ে৷

AustraliaCricketDA News PlusIndia
Comments (0)
Add Comment