আজিৰে পৰা বাৰ্মিংহামত ২২ সংখ্যক কমনৱেল্থ গেমছ

ডিজিটেল ডেস্কঃ আজিৰে পৰা বাৰ্মিংহামত ২২ সংখ্যক কমনৱেল্থ গেমছ
বিয়লি আলেকজেণ্ডাৰ ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান
ভাৰতীয় দলৰ পতাকা বহন কৰিব অলিম্পিয়ান পি ভি সিন্ধুৱে
ভাৰতীয় দলত আছে লাভলীনা, শিৱ থাপা, হিমা দাস
২১৫জনীয়া ভাৰতীয় দলে প্ৰতিদ্বন্দ্বিতা কৰিব ১৬টা ইভেণ্টত

CommonwealthgamesDA News Plus
Comments (0)
Add Comment