এজন যুৱকক জীয়াই ৰখাৰ বাবে আপুনিও লওক দায়িত্ব
- অৰুণাচলৰ চেপ্পাত কৰ্মৰত গহপুৰৰ যুৱক বিদ্যুৎস্পৃষ্ট
- শক্তি বিভাগত কৰ্মৰত যুৱকজনৰ অৱস্থা সংকটজনক
- গহপুৰৰ বাকৰি দলনিৰ যুৱকজনৰ নাম বিমল আচাৰ্য
- ২২ জুলাইত কৰ্মৰত অৱস্থাতে হৈছিল বিদ্যুৎস্পৃষ্ট
- যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক
- অৰুণাচলৰ পৰা তেজপুৰৰ হাস্পতালত ভৰ্তি
- কিন্তু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ
- নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন যুৱকজন
- দৰিদ্ৰ পৰিয়ালৰ যুৱকজনক সকলোৰে সহায়ৰ আহ্বান
- স্থানীয় ৰাইজ, গোৰ্খা ছাত্ৰ সন্থাৰ সহায়ৰ আহ্বান ৰাইজক
- সহায়ৰ বাবে যোগাযোগৰ নম্বৰ – 80736 20400
- SBI A/C নং : 31793431829, IFSC:SBIN0005738
- Google Pay No. – 80736 20400 (Ramesh Acharya)