আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব দ্ৰৌপদী মূৰ্মুৱে

ডিজিটেল ডেস্কঃ আজি দেশৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ ৷ সংসদ ভৱনৰ চেনট্ৰেল হলত দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিব দ্ৰৌপদী মূৰ্মুৱে ৷ মূৰ্মুক শপতবাক্য পাঠ কৰোৱাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই ৷ এই অনুষ্ঠানত উপস্থিত থাকিব ভালেসংখ্যক বিশিষ্ট অতিথি ৷

DA News PlusPresident
Comments (0)
Add Comment