ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত অঘটন

  • ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত অঘটন
  • এগৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আহত
  • ফেক্টৰীৰ CTC মেচিনত সোমাল কৰ্মৰত অৱস্থাত
  • বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ
  • আহত শ্ৰমিকগৰাকীৰ নাম মইনা নায়ক
  • শ্ৰমিকগৰাকীক তৎকালে AMCHত ভৰ্তি
  • জটিলতৰ অৱস্থাত অৱশেষত GMCHলৈ প্ৰেৰণ
  • ফেক্টৰী পৰিষ্কাৰ কৰি থকা অৱস্থাত সংঘটিত দুৰ্ঘটনা
  • লেপেটকটাত বাগিচা আইন উলংঘাৰ অভিযোগ
  • ফেক্টৰীৰ CTC মেচিনত নিয়োগ কৰিব নোৱাৰে মহিলা
  • কঠোৰ নিয়ম থকাৰ পিছতো নমনাৰ অভিযোগ
  • ATSA, ASA, ACMSৰ প্ৰতিনিধি ফেক্টৰীত উপস্থিত
  • ঘটনাটোৰ তদন্ত বিচাৰি থানাত কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ
DA News PlusDibrugarhTea Estate
Comments (0)
Add Comment