ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত

  • ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত
  • মঙলবাৰে নতুনকৈ ১৯গৰাকী আক্ৰান্ত, দুগৰাকীৰ মৃত্যু
  • শোণিতপুৰ আৰু চৰাইদেউ জিলাত এগৰাকীকৈ মৃত্যু
  • জুলাই মাহত আক্ৰান্তৰ সংখ্যা ২০২লৈ বৃদ্ধি
  • জুলাই মাহতে জাপানীজ এনকেফেলাইটিছত মৃত্যু ৩২ৰ
DA News PlusJapanese Encephalitis
Comments (0)
Add Comment