বুধবাৰ পৰ্যন্ত অসমত জাপানিজ এনকেফেলাইটিছৰ ফলত মৃত্যু ১৬গৰাকীৰ

  • ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত
  • বুধবাৰ পৰ্যন্ত ৰাজ্যত মৃত্যু হৈছে ১৬গৰাকী আক্ৰান্তৰ
  • মঙলবাৰে ৰাজ্যত মৃত্যু হৈছিল ৩গৰাকী আক্ৰান্তৰ
  • বুধবাৰে ৰাজ্যত এনকেফেলাইটিছত ৩গৰাকীৰ মৃত্যু
  • কৰিমগঞ্জত ২ আৰু শিৱসাগৰত ১ আক্ৰান্তৰ মৃত্যু
  • বুধবাৰে ৰাজ্যত নতুনকৈ ৬গৰাকী এনকেফেলাইটিছত আক্ৰান্ত
  • নতুনকৈ ডিব্ৰুগড়ত ১, মৰিগাঁৱত ২, ধেমাজিত ৩গৰাকী আক্ৰান্ত
  • চলিত জুলাইতে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ১২১
AssamDA News PlusDeathJapanese Encephalitis
Comments (0)
Add Comment