কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন GMCHৰ এজন কৰ্মচাৰীক

  • কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন GMCHৰ এজন কৰ্মচাৰীক
  • ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সদানন্দ দাসক নিলম্বন
  • ৰেডিঅ’ল’জী বিভাগৰ কৰ্মচাৰী আছিল সদানন্দ দাস
  • কৰ্তব্যত গাফিলতি আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছিল দাসে
  • GMCHৰ অধীক্ষকে এই সন্দৰ্ভত গঠন কৰিছে তিনিজনীয়া তদন্ত কমিটী
  • ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দিব তদন্ত কমিটীয়ে
AssamDA News PlusGMCHSuspend
Comments (0)
Add Comment