শেষ হোৱা নাই ক’ভিড, সোমবাৰে ৩৪৪গৰাকী হ’ল আক্ৰান্ত

ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ। সোমবাৰে ৩৪৪গৰাকী আক্ৰান্ত ক’ভিডত। ডিব্ৰুগড় জিলাত সৰ্বাধিক ৫৮গৰাকী আক্ৰান্ত।

একেদৰে কামৰূপ মহানগৰ জিলাত ৪৩গৰাকী আক্ৰান্ত। কামৰূপত ৪৯গৰাকী আক্ৰান্ত ক’ভিডত। দেওবাৰৰ দিনটোত ২ হাজাৰ ৯৭০গৰাকীৰ ক’ভিড টেষ্ট। পজিটিভিটিৰ হাৰ ১১.৫৮ শতাংশ।

AssamCovidDA News Plus
Comments (0)
Add Comment