আজি ভাৰত-শ্ৰীলংকাৰ নাৰী ক্ৰিকেট ছিৰিজৰ দ্বিতীয় এদিনীয়া

ডিজিটেল ডেস্কঃ আজি ভাৰত-শ্ৰীলংকাৰ নাৰী ক্ৰিকেট ছিৰিজৰ দ্বিতীয় এদিনীয়া৷ পল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিক্ৰেট ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা দখলৰ যুঁজত নামিব হৰমনপ্ৰীত বাহিনী৷ তিনিখনীয়া ছিৰিজটো ১-০ ব্যৱধানত জয়লাভ কৰি আছে ভাৰতীয় দলটোৱে৷ আজিৰ মেচত জয়লাভ কৰি ছিৰিজ দখল কৰাই একমাত্ৰ লক্ষ্য ভাৰতীয় দলটোৰ৷

CricketDA News PlusIndiaSrilanka
Comments (0)
Add Comment