বানসাহায্য সামগ্ৰী বিক্ৰী কৰি কাৰাগাৰলৈ ৩ জন

ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ শালবাৰীত বানসাহায্য সামগ্ৰী বিক্ৰী। ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ। জালাহ ৰাজহ চক্ৰৰ ৩নং বাৰাপেটাত দুৰ্নীতি। চৰকাৰে যোগান ধৰা বানসাহায্য সামগ্ৰী বিক্ৰী।

খাদ্য সামগ্ৰী আৰু মমবাতি বিক্ৰীৰ গুৰুতৰ অভিযোগ। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰতা। চক্ৰ বিষয়াই গোচৰ তৰিছিল গোৱৰ্ধনা থানাত।

গোচৰৰ ভিত্তিত অভিযুক্ত তিনিওকে গ্ৰেপ্তাৰ। ধৃত পলান আলী, কাবেল আলী, ৰফিক আলীক জে’ললৈ।

AssamAssam FloodDA News Plus
Comments (0)
Add Comment