কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মহিলাৰ

ডিজিটেল ডেস্কঃ মৰাণত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মহিলাৰ। ডোমৰদলং বাগিচাৰ ৬নং লাইনত জঘন্য হত্যাকাণ্ড। হত্যাকাৰী যুৱকজনৰ নাম গোপী কিষাণ।

থিতাতে নিহত মহিলাগৰাকীৰ নাম আকালী কৰুৱা। ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষীৰ তদন্ত অব্যাহত। সামান্য কথাত কাজিয়া লাগোঁতে দাৰে মূৰত ঘাপ। মাতৃক হত্যা কৰি ৬ বছৰীয়া সন্তানক লৈ পলায়ন। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন দা।

AttackDA News PlusMoranstudent
Comments (0)
Add Comment