যোৰহাটৰ মৰিয়নীত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

ডিজিটেল ডেস্কঃ যোৰহাটৰ মৰিয়নীত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস
কাটি তহিলং কৰিলে ৬জন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচা
মৰিয়নীৰ চেলেংহাটৰ ৰণখামত নিশা এই ঘটনা
অসমৰ মাটিত থকা তামোলৰ বাগানো কাটিলে নগাই
আৰক্ষী-বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ
অস্ত্ৰধাৰী নগাৰ সন্ত্ৰাসত আতংকিত সীমান্তবাসী

DA News PlusTense
Comments (0)
Add Comment