কিয় পালন কৰা হয় বিশ্ব ড্ৰাগ্ দিৱস?

ডিজিটেল ডেস্কঃ আজি বিশ্ব ড্ৰাগ্ দিৱস ৷ ড্ৰাগ্ছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিশ্ববাসীক সজাগ কৰাৰ উদ্দেশ্যে ১৯৮৯ চনৰ পৰা আজিৰ দিনটো বিশ্ব ড্ৰাগ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ এই দিৱস উপলক্ষে আজি দেশে-বিদেশে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী৷

DA News PlusWorld Drug Day
Comments (0)
Add Comment