চৰাইদেউৰ সোণাৰীত কাঠফুলাৰ বিষক্ৰিয়া

ডিজিটেল ডেস্কঃ চৰাইদেউৰ সোণাৰীত কাঠফুলাৰ বিষক্ৰিয়া
বনৰীয়া কাঠফুলা খাই একেটা পৰিয়ালৰ ৩গৰাকী অসুস্থ
অসুস্থ চেলিনা মিঞ্জ, অভিৰাম মিঞ্জ, লিলিমা মিঞ্জ
নিশাৰ আহাৰৰ লগত বনৰীয়া কাঠফুলা খাইছিল আটায়ে
বৰহাট চাহ বাগিচাৰ ১ নম্বৰ বস্তিত এই ঘটনা
উন্নত চিকিৎসাৰ বাবে আটাইকে AMCHলৈ প্ৰেৰণ

AssamDA News Plus
Comments (0)
Add Comment