কাজিৰঙাত বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ডিজিটেল জেস্কঃ কাজিৰঙাত বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
গঁড় গণনাৰ নামত চৰকাৰী ধন আত্মসাতৰ অভিযোগ
২৬-২৮ মাৰ্চলৈ চলিছিল ১৪সংখ্যক গঁড় গণনা
গঁড় গণনাৰ নামত ৩০ লাখ টকা ব্যয়ৰ তথ্য দিছে বন বিভাগে
অকল খাদ্যৰ নামতে ১৭ লাখ টকা ব্যয়ৰ তথ্য দাখিল
বন বিভাগৰ তথ্যক লৈ একাংশৰ প্ৰতিক্ৰিয়া
‘ব্যয় নোহোৱাকৈয়ে ৩০ লাখ সৰকোৱাৰ অভিসন্ধি বন বিভাগৰ’
অভিযোগ স্থানীয় একাংশৰ

DA News PlusKaziranga National Parkone horned rhino
Comments (0)
Add Comment