এইডছ আৰু দুৰাৰোগ্য হৈ নাথাকে; মাত্ৰ এটা এটা ইনজেকচনে ধ্বংস কৰিব HIV ভাইৰাছ

ডিজিটেল ডেস্কঃ এইডছ আৰু দুৰাৰোগ্য হৈ নাথাকে
মাত্ৰ এটা এটা ইনজেকচনে ধ্বংস কৰিব HIV ভাইৰাছ
ইজৰাইলৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ যুগান্তকাৰী সাফল্য
এবিধ বিশেষ ভেকচিনে ধ্বংস কৰিব মাৰাত্মক HIV
এদল গৱেষকে এই ভেকচিনেৰে লাভ কৰিছে ইতিবাচক ফলাফল
কেনেকৈ এটা ইনজেকচনৰ জৰিয়তে নিৰ্মূল হ’ব এইডছ
HIV আক্ৰান্তৰ শৰীৰত টাইপ ‘বি’ শ্বেতৰক্ত কণিকা প্ৰৱেশ কৰোৱা হ’ব
এই শ্বেতৰক্ত কণিকাই নিৰ্গত কৰিব এবিধ এণ্টিবডী
এই অণ্টিবডীয়ে ধ্বংস কৰিব HIV ভাইৰাচ
বিশ্বত লাখ লাখ লোকৰ মৃত্যু হৈছে এইডছত আক্ৰান্ত হৈ
লাখ লাখ লোকে HIVৰ ফলত যুঁজি আছে জীৱন-মৃত্যুৰে

AntivirusDA News PlusHIV
Comments (0)
Add Comment