পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী
নেচনেল হেৰল্ড গোচৰত জেৰা ৰাহুল গান্ধীক
আজি তৃতীয় দিনৰ বাবে জেৰাৰ সন্মুখীন
সোমবাৰে ৯ ঘণ্টা ধৰি চলিছিল জেৰা
মঙলবাৰে ৰাহুল গান্ধীক ১০ ঘণ্টা জেৰা EDৰ
উত্তৰত অসন্তুষ্ট হৈ তৃতীয় দিনাও জেৰা

DA News PlusRahul Gandhi
Comments (0)
Add Comment