জম্মু-কাশ্মীৰত সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী
নিহত পাক সন্ত্ৰাসবাদী দুটা লস্কৰ-এ-তৈবাৰ
মঙলবাৰে নিশা ছ’পিয়ানত সেনাৰ এই এনকাউণ্টাৰ
কুলগামত বেংকৰ প্ৰবন্ধক হত্যাত জড়িত সন্ত্ৰাসবাদী দুটা
চলিত বছৰত কাশ্মীৰত ৩০ৰো অধিক লস্কৰ সন্ত্ৰাসবাদী নিহত
অমৰনাথ যাত্ৰাৰ বাবে কাশ্মীৰত সেনাৰ সঞ্চালন বৃদ্ধি
তীৰ্থযাত্ৰীক সন্ত্ৰাসবাদীয়ে টাৰ্গেট কৰাৰ আশংকা
সোণমাৰ্গৰ পৰা অনন্তনাগলৈ সেনাৰ ধাৰাবাহিক অভিযান

DA News PlusJammu&Kashmir
Comments (0)
Add Comment