গহপুৰত দল ত্যাগ কৰি আম আদমী পাৰ্টিত যোগ দিলে ২০০ কংগ্ৰেছীয়ে

ডিজিটেল ডেস্ক: ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া আগৰ দল ত্যাগ কৰি আম আদমী পাৰ্টিত যোগ দিয়া লোকৰ সংখ্যা বাঢ়ি গৈ আছে৷ বিশ্বনাথৰ গহপুৰত ১৭খন পঞ্চায়তৰ ২০০ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে আম আদমী পাৰ্টিত৷ গহপুৰৰ ভোলাগুৰি গেটত অনুষ্ঠিত এখন সভাত দলৰ ৰাজ্যিক নেতৃবৃন্দৰ উপস্থিতিত এই কংগ্ৰেছীসকলে যোগদান কৰে আম আদমী পাৰ্টিত৷

গহপুৰত ১৭ পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগ
দল ত্যাগ কৰি আম আদমী পাৰ্টিত যোগ দিলে ২০০ কংগ্ৰেছীয়ে
গহপুৰৰ ভোলাগুৰি গেটত এই যোগদান সভা

AAPDA News PlusGohpur
Comments (0)
Add Comment