পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ

ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ
সংঘৰ্ষত নিহত লস্কৰ-এ-তৈবাৰ দুটা সন্ত্ৰাসবাদী
নিহত সন্ত্ৰাসবাদী দুটাৰ এটা পাকিস্তানৰ
কুপৱাৰাত সন্ত্ৰাসবাদী, নিৰাপত্তা বাহিনীৰ এই সংঘৰ্ষ
অঞ্চলটোত এতিয়াও চলি আছে নিৰাপত্তা বাহিনীৰ অভিযান

DA News PlusJammu_kashmirTerrorists
Comments (0)
Add Comment