দৰঙৰ দলগাঁৱত ভয়ংকৰ বাইক দুৰ্ঘটনা

ডিজিটেল ডেস্কঃ দৰঙৰ দলগাঁৱত ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথত ভয়ংকৰ বাইক দুৰ্ঘটনা৷ বুঢ়ীগাঁৱৰ মাদ্ৰাছাৰ সন্মুখত এখন বাইক আৰু এখন ট্ৰাকৰ মাজত লাগে মুখামুখি খুন্দা৷ এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় বাইকখনৰ এজন আৰোহীয়ে৷ গুৰুতৰভাৱে আহত হয় বাইকখনৰ আন দুজন আৰোহী৷ আহত দুজনৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

AccidentDA News PlusDalgaon
Comments (0)
Add Comment