আয়োজন চলিছিল বিবাহ বাৰ্ষিকীৰ, পুৱাই পত্নীক কন্দুৱাই গ’লগৈ অমৰজিৎ…

ডিজিটেল ডেস্কঃ ৰাজ্যত বিদ্যালয় সমূহত চলিছে গুণোৎসৱ। গুণোৎসৱৰ প্ৰস্তুতিৰ মাজতে ডিমৌত শিক্ষকৰ মৃত্যু ৷ ৫৭নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত অঘটন।
পাঠদান কৰি থকা অৱস্থাতেই ঢলি পৰিল শিক্ষক অমৰজিৎ দত্ত৷ গুণোৎসৱৰ বাবে মানসিক চাপত ভুগিছিল নেকি শিক্ষকজন৷ বিবাহবাৰ্ষিকীৰ দিনাই স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে শিক্ষকজনৰ পত্নী৷

DA News Plus
Comments (0)
Add Comment