কেলিফৰ্ণিয়াৰ লেগুণা উদ্ছৰ এটা গিৰ্জাত গুলীচালনা

ডিজিটেল ডেস্কঃ পুনৰ আমেৰিকাত বন্দুকধাৰীৰ গুলীচালনাৰ ঘটনা। নিউয়ৰ্কৰ পিছত এইবাৰ কেলিফৰ্ণিয়াত বন্দুকধাৰীৰ গুলীচালনা। কেলিফৰ্ণিয়াৰ লেগুণা উদ্ছৰ এটা গিৰ্জাত এই গুলীচালনা সংঘটিত হয়। ঘটনাত থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ৪জন। গিৰ্জাত উপস্থিতসকলে বন্দী কৰিলে বন্দুকধাৰীক

CaliforniaDA News PlusShooting
Comments (0)
Add Comment