কালিৰে পৰা ৰাজ্যত চলি আছে গুণোৎসৱ
- কালিৰে পৰা ৰাজ্যত চলি আছে গুণোৎসৱ
- ৩টা পৰ্যায়ত ৩৩খন জিলাত গুণোৎসৱ
- প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি ২য় দিন
- প্ৰথম পৰ্যায়ত ১৪ মে’লৈ ১০খন জিলাত গুণোৎসৱ
- ১ম পৰ্যায় : বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়
- ১ম পৰ্যায় : গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আলং, নগাঁও
- ২৩ মে’ৰ পৰা ২৬ মে’লৈ ১২খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ
- ২য় পৰ্যায় : বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই
- ২য় পৰ্যায় : কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও
- ২য় পৰ্যায় : শিৱসাগৰ, মানকাচৰ, তিনিচুকীয়া, ওদালগুৰি
- ১ জুনৰ পৰা ৪ জুনলৈ ১১খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ
- ৩য় পৰ্যায় : বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ(ম)
- ৩য় পৰ্যায় : লখিমপুৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আলং, নলবাৰী
- ৪ জুনত অন্ত পৰিব ২০২২ বৰ্ষৰ গুণোৎসৱ