আজিৰে পৰা কাজিৰঙাত চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

আজিৰে পৰা কাজিৰঙাত চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক
দুদিনীয়াকৈ অনুষ্ঠিত হ’ব মন্ত্ৰী-বিধায়কৰ এই বৈঠক
চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এই বৈঠক
শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ বিশদভাৱে হ’ব আলোচনা
বৈঠকত থাকিব BJP, AGP, UPPL, BPFৰ সকলো বিধায়ক
বিধায়কসকলৰ কামৰ খতিয়ান ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিৰ্ধাৰিত সময়ত কাম শেষ কৰিলেহে পাব নতুন কামৰ দায়িত্ব
বৈঠকত পৰৱৰ্তী বৰ্ষৰ পৰিকল্পনা সন্দৰ্ভতো হ’ব আলোচনা
বিধায়কসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ’ব কাজিৰঙাৰ বৈঠকত
সমষ্টি পৰিচালনাৰ বিষয়েও বিধায়কসকলক দিয়া হ’ব প্ৰশিক্ষণ
পূৰ্বে মুম্বাইত বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল বিজেপি বিধায়কক
প্ৰথমবাৰৰ বাবে অসমত এনে প্ৰশিক্ষণৰ ব্যৱস্থা

AssamDA News PlusKaziranga
Comments (0)
Add Comment