তামুলপুৰৰ বড়ো সাহিত্য সভাৰ মুখ্য অতিথি হ’ব ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ

  • অসমত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
  • তিনিদিনীয়া কাৰ্যসূচীৰে আহিছে ৰাষ্ট্ৰপতিগৰাকী
  • নিশাটো কটালে কইনাধৰাৰ চৰকাৰী অতিথিশালাত
  • আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কেইবাটাও কাৰ্যসূচী
  • তামুলপুৰৰ বড়ো সাহিত্য সভাৰ মুখ্য অতিথি ৰাষ্ট্ৰপতি
  • আজি অংশগ্ৰহণ কৰিব বড়ো থুনলাই আফাদত
  • ৰাজ্যপাল, মুখ্যমন্ত্ৰীও উপস্থিত থাকিব অনুষ্ঠানত
  • বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী
  • কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে অংশ ল’ব উত্তৰ-পূব মহোৎসৱত
DA News PlusNarendra ModiPM
Comments (0)
Add Comment