ধুবুৰী ভাৰত-বাংলাদেশ সীমান্তৰ এলেকাত বাইক ৰেলী

ডিজিটেল ডেস্কঃ ধুবুৰীত ভাৰত-বাংলাদেশ সীমান্ত এলেকাত জাতীয় সংহতি শীৰ্ষক বাইক ৰেলী ৷ অসম আৰক্ষীৰ উদ্যোগত আয়োজিত এই ৰেলীত আৰক্ষীৰ উপৰি সীমান্ত সুৰক্ষা বাহিনী, CRPF আৰু সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে ৷ দেশৰ ভিতৰতে অসম আৰক্ষীয়ে নৱম স্থান পাই ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰাৰ আনন্দত উলিওৱা হ’ল এই ৰেলী ৷ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত‌ই উদ্ধোধন কৰা এই ৰেলীত সীমান্ত সুৰক্ষা বাহিনী, CRPFৰ উচ্চপদস্থ বিষয়াও উপস্থিত থাকে ৷

Assam PoliceBike RallyDA News Plus
Comments (0)
Add Comment