ঘোষণা কৰা হ’ল ফিফা বিশ্বকাপৰ সময়সূচী

ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপ-2022ৰ সময়সূচী ঘোষণা
২১ নৱেম্বৰৰ পৰা কাটাৰত বিশ্বকাপৰ ফুটবল
১৮ ডিচেম্বৰত বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেল
এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিব ৩২খন দেশে
৮টা গ্ৰুপত ভগোৱা হৈছে অংশগ্ৰহণকাৰী দেশসমূহক
এইবাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ ৪ বাৰৰ চেম্পিয়ন ইটালী
গ্ৰুপ A : কাটাৰ, নেদাৰলেণ্ডছ, ছেনেগাল, ইকুৱেডৰ
গ্ৰুপ B : ইংলেণ্ড, ইৰাণ, আমেৰিকা, ৱেলছ/ইউক্ৰেইন/স্কটলেণ্ড
গ্ৰুপ C : আৰ্জেণ্টিনা, ছৌদি আৰৱ, মেক্সিকো, পোলেণ্ড
গ্ৰুপ D : ফ্ৰান্স, ডেনমাৰ্ক, পেৰু/অষ্ট্ৰেলিয়া/UAE
গ্ৰুপ E : স্পেইন, জাৰ্মানী, জাপান, কোষ্টাৰিকা/নিউজিলেণ্ড
গ্ৰুপ F : বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰৱেছিয়া
গ্ৰুপ G : ব্ৰাজিল, ছুইজাৰলেণ্ড, ছাৰ্বিয়া, কেমেৰুণ
গ্ৰুপ H : পৰ্তুগাল, ঘানা, দক্ষিণ কোৰিয়া, উৰুগুৱে

DA News PlusFifa world Cup
Comments (0)
Add Comment