কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক নিলম্বন, ইচ্ছাকৃতভাৱে ভোট নষ্ট বিধায়কজনৰ

  • দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ নিলম্বিত
  • ৰাজ্যসভা নিৰ্বাচনত বিশ্বাসঘাতকতাৰ অভিযোগ
  • সংবাদমেলত জনালে APCCৰ সভাপতি ভূপেন বৰাই
  • কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বিত আহমেদ
  • ছিদ্দিকে বেলট পেপাৰত 1ৰ স্থানত লিখিছিল ONE
  • ছিদ্দিক আহমেদৰ বিৰুদ্ধে ভোট নষ্ট কৰাৰ অভিযোগ

CongressRajyaSabhaElectionSiddique Ahmed
Comments (0)
Add Comment