যুদ্ধৰ বিভীষিকাৰ মাজতেই কিয় ভাৰতলৈ আহিল ৰাছিয়াৰ বিদেশ মন্ত্ৰী?

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিভীষিকাৰ মাজতেই বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হয় ৰাছিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গেই লাভৰোভ। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ভাৰতলৈ আহিছে বিদেশ মন্ত্ৰী গৰাকী। ভাৰতলৈ তেখেতৰ এয়া প্ৰথমটো ভ্ৰমনসূচী।

উল্লেখযোগ্য যে, ইউক্ৰেইন সংকটৰ বিষয়ে আজিও ব্ৰিটিছ বৈদেশিক সচিবৰ সৈতে আলোচনাত মিলিত হয় ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ।

Amid Ukraine Crisis

#AmidUkraineCrisis #RussiaForeignMinister #SergeyLavrov #Arrived #NewDelhi

Amid Ukraine CrisisPm Narendra ModiRussia Foreign MinisterSergey Lavrov
Comments (0)
Add Comment