১ এপ্ৰিলৰ পৰা টোল গেটত আপুনি দিব লাগিব অধিক ধন

ডিজিটেল ডেস্কঃ পেট্ৰ’ল-ডিজেল, ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শীঘ্ৰে বৃদ্ধি পাব ৰাজ্যৰ টোল প্লাজাসমূহৰ কৰ৷ টোল টেক্স বৃদ্ধিক লৈ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱা ৰাজ্যবাসীৰ প্ৰতিক্ৰিয়া ৷ শীঘ্ৰে টোল টেক্স হ্ৰাসৰ দাবী ৷

মূল্যবৃদ্ধিৰ ৰামটাঙোণ
টোল টেক্স বৃদ্ধিক লৈ উত্তপ্ত ৰাজ্য
টোলগে’টত মাচুল বৃদ্ধিক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ-প্ৰতিক্ৰিয়া
১ এপ্ৰিলৰ পৰা টোল প্লাজাত বাঢ়িব কৰ
বৃদ্ধি পাব প্ৰায় ২০-৩০ শতাংশ টোল টেক্স

নাজিৰাখাট টোল প্লাজা (এবাৰত)
বাহন কৰ
ব্যক্তিগত লঘু বাহন ১৩০ টকা
লঘু বাণিজ্যিক বাহন ২০৫ টকা

যাত্ৰীবাহী বাছ, ট্ৰাক (টু এক্সেল) ৪৭০ টকা
গধুৰ বাহন ৬৮০ টকা

মদনপুৰ টোল প্লাজা (এবাৰত)
বাহন কৰ
ব্যক্তিগত লঘু বাহন ১২৫ টকা
লঘু বাণিজ্যিক বাহন ২০০ টকা
যাত্ৰীবাহী বাছ, ট্ৰাক (টু এক্সেল) ৪২০ টকা
গধুৰ বাহন ৬৫৫ টকা

ৰহা টোল প্লাজা (এবাৰত)
বাহন কৰ
ব্যক্তিগত লঘু বাহন ১১০ টকা
লঘু বাণিজ্যিক বাহন ১৭৫ টকা
যাত্ৰীবাহী বাছ, ট্ৰাক (টু এক্সেল) ৩৭০ টকা
গধুৰ বাহন ৫৮০ টকা

ডবকা টোল প্লাজা (এবাৰত)
বাহন কৰ
ব্যক্তিগত লঘু বাহন ৯০ টকা
লঘু বাণিজ্যিক বাহন ১৪৫ টকা
যাত্ৰীবাহী বাছ, ট্ৰাক (টু এক্সেল) ৩০৫ টকা
গধুৰ বাহন ৪৭৫ টকা

DA News PlusTaxTOOL
Comments (0)
Add Comment