অস্কাৰ প্ৰদান অনুষ্ঠানৰ মাজতে অঘটন কমেডিয়ান ক্ৰিচ ৰ’কক প্ৰচণ্ড চৰ উইল স্মিথৰ

ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষৰ অস্কাৰ প্ৰদান অনুষ্ঠানৰ মাজতে ঘটিল অঘটন ৷ মঞ্চত কমেডিয়ান ক্ৰিচ ৰ’কে এংকৰিং কৰাৰ সময়তে হঠাৎ মঞ্চত উঠি ৰ’কক প্ৰহাৰ কৰিলে জনপ্ৰিয় অভিনেতা উইল স্মিথে ৷

উইল স্মিথৰ পত্নীক লৈ ক্ৰিচ ৰ’কে কৰা মন্তব্যত ক্ষোভিত হৈ মঞ্চলৈ উঠি গৈ উইল স্মিথ সোধাই এটা প্ৰচণ্ড চৰ ৷ আনহাতে সমগ্ৰ ঘটনাৰ অন্তত আৰক্ষীক গোচৰ দিয়াৰ পৰা বিৰত থাকে কমেডিয়ান ক্ৰিচ ৰ’ক ৷

DA News PlusOSCAR
Comments (0)
Add Comment