বিধ্বংসী বানৰ কবলত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’

ডিজিটেল ডেস্কঃ বান, ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে ব্ৰাজিলৰ পুৰণি ৰাজধানী ৰিঅ’ ডি জেনেৰিঅ’৷বাঢ়নী পানীত এইপৰ্যন্ত প্ৰায় ১৮গৰাকীৰ মৃত্যু হৈছে৷ মুষলধাৰ বৰষুণত ফেনে-ফোটোকাৰে বাঢ়িছে নৈ-উপনৈ৷ বানত ক্ষতিগ্ৰস্ত ২০ হাজাৰৰো অধিক লোক নিৰাপদ স্থানলৈ স্থানান্তৰ বানাক্ৰান্তক৷ উদ্ধাৰ অভিযান তীব্ৰতৰ দুৰ্যোগ প্ৰশমন বিভাগৰ৷ ৰেড এলাৰ্ট ঘোষণা কৰিছে ব্ৰাজিল প্ৰশাসনে৷

BrazilDA News PlusFlood
Comments (0)
Add Comment